আজিৰ দিনটোত (MAY 30)


•  ১৫৩৯: স্পেনিছ অভিযাত্রী হাৰনান্দো ডি চ'টোৱে ফ্লৰিডা আৱিষ্কাৰ কৰে।


•  ১৬৪৬: স্পেইন আৰু নেডাৰলেণ্ডে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰে।


•  ১৭৮৩: আমেৰিকাৰ প্ৰথম দৈনিক বাতৰি কাকত ফিলাডেলফিয়াৰ বেঞ্জামিন টাৱাৰৰ পৰা প্ৰকাশিত হয়।


•  ১৭৯৭: উইলিয়াম উইলবাৰফৰ্ডে বাৰবাৰা এন স্পুনাৰক বিয়া কৰায়।


•  ১৮২৬: প্ৰথম হিন্দী বাতৰি কাকত উদন্ত মাৰ্টাণ্ডে প্ৰকাশ কৰা আৰম্ভ কৰে


•  ১৮৫৯: ফেট্টোৰ যুদ্ধ: চাৰ্ডিনিয়ান সেনাই অষ্ট্ৰিয়াৰ সৈন্যবাহিনীক পৰাস্ত কৰে।


•  ১৮৬৭: উত্তৰ প্ৰদেশৰ দেওবন্দত দাৰ-উল-উলুম স্থাপিত।


•  ১৯১০: জেনেৰেল লুই বোথা দক্ষিণ আফ্ৰিকা সংঘৰ প্ৰথম প্ৰধানমন্ত্ৰী হয়।


•  ১৯১৯: জালিয়ানৱালা বাগ গণহত্যাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে 'ছাৰ' উপাধি ঘূৰাই দিয়ে।


•  ১৯৬২: ১৯৮২ চনৰ ফিফা বিশ্বকাপ চিলিত আৰম্ভ হয়।


•  ১৯৭৫: ইউৰোপীয় মহাকাশ সংস্থা গঠন কৰা হয়।


•  ১৯৮৭: গোৱা দেশৰ ২৫ তম পূৰ্ণ ৰাজ্য হৈ পৰে।


•  ১৯৯০: পেৰুত হোৱা ভূমিকম্পত ১৩৫ জন লোকৰ মৃত্যু হয়।


•  ১৯৯৮: উত্তৰ আফগানিস্তানত হোৱা এক প্ৰচণ্ড ভূমিকম্পত ৫,০০০ লোকৰ মৃত্যু হয়।


•  ২০১৫: ইংলিছ বেটছমেন এলিষ্টাৰ কুক টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হয়।।

জন্ম

•  আলেকজেণ্ডাৰ নেভস্কি

•  (1220 - 1263)

•  হেনৰী এডিংটন

•  (1757 - 1844) 

•  এলেক্সি লিওনভ

•  86 বছৰ বয়স 

•  গেল চেয়াৰ্ছ

•  (1943 - 2020)

মৃত্যু

•  জোন অফ আৰ্ক

•  (1412 - 1431) 

•  আলেকজেণ্ডাৰ পোপ

•  (1688 - 1744) 

•  ভলটেয়াৰ

•  (1694 - 1778) 

•  উইলবাৰ ৰাইট

•  (1867 - 1912) 

•  বৰিছ পাষ্টাৰনাক

•  (1890 - 1960)

Next Post Previous Post
No Comment
Add Comment
comment url