বিশ্বৰ ইতিহাসত আজিৰ দিনটো (JULY 19)
· ১৭০২: ৰজা চাৰ্লছৰ নেতৃত্বত চুইডেনৰ সৈন্যবাহিনীয়ে চেক গণৰাজ্যৰ Krakow চহৰ দখল কৰে।
· ১৭৬৩: কাটৱা যুদ্ধত বংগৰ নৱাব মীৰ কাছিমক ব্ৰিটিছ সেনাই বেয়াকৈ পৰাজিত কৰে।
· ১৮৭০: ফ্ৰান্সে প্ৰুছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
· ১৯০০: ফ্ৰান্সৰ ৰাজধানী ফ্ৰান্সত প্ৰথম মেট্ৰ' ৰেল চলোৱা হয়। বিশ্বৰ প্ৰথম মেট্ৰ' সেৱা লণ্ডনত আৰম্ভ হৈছিল।
· ১৯২৬: এডৱাৰ্ড হেৰিয়টৰ নেতৃত্বত ফ্ৰান্সত দ্বিতীয় খন চৰকাৰ গঠন কৰা হয়।
· ১৯৪১: টুস্কেজি আৰ্মি এয়াৰ ফিল্ড আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
· ১৯৬১: চিনেমা প্ৰথমবাৰৰ বাবে বিমানত দেখুওৱা হৈছিল।
· ১৯৬৩: জয় ৱাকাৰ বিমানেৰে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি হয়।
· ১৯৬৭: আমেৰিকাই চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ 'এক্সপ্ল'ৰাৰ-৩৫' উৎক্ষেপণ কৰে।
· ১৯৬৯: ভাৰত চৰকাৰে দেশৰ ১৪ টা মুখ্য বেংক ৰাষ্ট্ৰীয়কৰণৰ সিদ্ধান্ত লয়।
· ১৯৭৯: নিকাৰাগুয়া দেশৰ জনসাধাৰণৰ বিপ্লৱ সফল হৈছিল।
· ১৯৮০: তুৰস্কৰ ইস্তাম্বুলত দুজন বন্দুকধাৰীয়ে তুৰ্কীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নিহত এৰিমক হত্যা কৰে।
· ২০০৩: ৰাছিয়াৰ মহাকাশচাৰী য়ুৰি মালে থাংকো মহাকাশত বিবাহ পাশত আৱদ্ধ হোৱা প্ৰথম ব্যক্তি হয়।
· ২০০৮: আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰশান্ত মহাসাগৰত লক্ষ্য নিৰ্ধাৰণ কৰি দীঘলীয়া দূৰত্বত আঘাত কৰিব পৰা মিছাইল পৰীক্ষা কৰে।